পৰিৱেশক কনচৌল সম্প্ৰসাৰণে আপোনাৰ স্লাইডশ্ব পৰিৱেশনৰ উপৰত অধিক নিয়ন্ত্ৰণ প্ৰদান কৰে, যেনে আহিব লগিয়া স্লাইড চাব পৰা ক্ষমতা, স্লাইড টোকাসমূহ, আৰু এটা পৰিৱেশন টাইমাৰ যত দৰ্শকে কেৱল বৰ্তমান স্লাইড দেখা পায়।
অধিক সংখ্যাত পৰিৱেশন উপাদানসমূহ দেখুৱাই অসুবিধা কম কৰিবলে, পৰিৱেশক কনচৌলে উপাদানসমূহক তিনিটা ভিন্ন সহজে পৰিৱৰ্তন কৰিব পৰা দৰ্শনত প্ৰদৰ্শন কৰে।
