চহকি, দেখাত-ধুনিয়া ডাটাবেইচ সংবাদসমূহ সৃষ্টি কৰিবলে সংবাদ নিৰ্মাতা ব্যৱহাৰ কৰক। স্থিতিস্থাপক সংবাদ সম্পাদকে দল আৰু পৃষ্ঠা হেডাৰসমূহ লগতে দল আৰু পৃষ্ঠা ফুটাৰসমূহৰ বিৱৰণ দিয়ে। অতিৰিক্তভাৱে, জটিল ডাটাবেইচ সংবাদসমূহৰ যোগান দিবলে গণনা ক্ষেত্ৰসমূহ উপলব্ধ আছে।
